Monday, February 22, 2021

Borkha ritu bhal pao moi

 

বৰ্ষা ঋতু ভাল পাওঁ মই ৷৷ Borkha ritu bhal pao moi ৷৷  Jayanta Hazarika।।  Lyrics By Nirmal Prabha Bordoloi ll

Namasya Khandyatray ৰ কন্ঠস্বৰত.....


Barsha Ritu Lyrics-

বৰষা ঋতু ভাল পাওঁ মই
গায়ক : জয়ন্ত হাজৰিকা


প্রতিশ্রুতি আছে তাত
সেউজী ৰহণ মাথো সিয়েই সানে
শুকান গছৰ গাত । x 2
ধুমুহাই দিয়ে অজান পুলক
ভাল পাওঁ তাৰ গতি x 2
মৰহা পাতৰ ঠাই নাই বুলি
উদ্দম আনে মাতি
নতুন প্রেৰণা দিশ হৈ যায়
ধুৱলি হলেই বাট ।
সোঁনাৰুৰ ফুল ভাল পাওঁ মই
কৃষ্ণঁচুড়াৰ মন x 2
গাজনি বিজুলি যিমানে আহে
সিমানে জিলিকে ৰং
গজলা আকাশৰ তলতে সিহতে
পাতে মোহোনিয়া হাট ।
বৰষাৰ ঋতু ভাল পাওঁ মই
প্রতিশ্রুতি আছে তাত
সেউজী ৰহণ মাথো সিয়েই সানে
শুকান গছৰ গাত...

বৰষাৰ ঋতু ভাল পাওঁ মই

****





Tuesday, February 16, 2021

Happy Ali-A:ye Ligang


আলি আঃয়ে লৃগাঙৰ
আন্তৰিক শুভেচ্ছাৰে...


                         লিগাং ৰ উপলক্ষ্যে দুই প্ৰেমিক প্ৰেমিকাৰ মৰম ভাল পোৱাৰ গীত এটি ৰচনা কৰি আপোনালোকলৈ  বুলি আগবঢ়ালো.... 

                      লিগাং
1 [লিগাংতে মাতিবানে       আচিন আয়াং যাচিবানে 
       মৰমতে মাতিবানে ঐ ঐ কনেং.....

লিগাংতে আহিলে তুমি আচিন আয়াং যাচিমে মই
মৰমতে মাতিম তোমাক আতেৰৌই আয়িন বুলি ঐ..কৱেং]

[2] {কনেং তুমি অৱনৰিৰ পাৰৰে     মই হলো  সোৱণশিৰিৰ পাৰৰে
মৰমৰে এনাজৰীৰে বান্ধিম আমাৰ মৰম খিনি
তুমি আৰু মই আমি হ'বলে । 
কৱেং আমাৰ মৰমৰ এনাজৰীৰে তুমি আৰু মই সঁচাই বান্ধিব পাৰিম নে।
(কনেং ঐ ঐ ঐ     অ' কনেং ঐ ঐ ঐ)}

মৰমতে বৈ থৈছানে আয়িন ঐ মিবুগালোক 
          লিগাং লিগাংতে দিবলে মোক ঐ.. কনেং
আতেৰৌই আয়িন তোমাক দিমে বুলি মিবুগালোক 
বৈ থৈছো মই ঐ ঐ কৱেং....

[2]কনেং তুমি...   

বড়া ধানৰ পোৰাং অপিন লগতে পেৰেত অয়িং 
খোৱাবানে  তুমি মোক ঐ ঐ কনেং
বড়া ধানৰ পোৰাং আপিন ৰান্ধিছো মই তোমালৈ 
লগতে পেৰেত অয়িং অ' অ' কৱেং....

[2] কনেং তুমি...  





 Ali-Aye-Ligang is a spring festival associated with agriculture, specially with the beginning of the Ahu paddy cultivation. It is celebrated by the Mising or Mising an indigenous tribe of Assam, India. The festival marks onset of sowing seeds. The name of the festival is made up of three terms, 'Ali', legumes, 'Aye', seed and 'Ligang', to sow.

BeginsFirst Wednesday of 'Gimur Polo' Faghun  maah
FrequencyAnnually
Location(s)Assam , Arunachal Pradesh, India
AttendanceAli - Aye - Ligang
Organised byMising people