Wednesday, December 30, 2020

33rd Guwahati Book Fair

Dibya Jyoti Lagachu
 গুৱাহাটী গ্ৰন্থমেলাৰ প্রথম দিনটোতে উন্মোচন কৰা হয় কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ।অৰুণাচলৰ নিবাসী তথা অসমীয়া ভাষা-সাহিত্যিৰ মহীৰূহ য়াছে থংছিও এই গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ লয়। গুৱাহাটী গ্ৰন্থমেলাৰ প্রথম দিনটোতে উন্মোচন কৰা হয় কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ।
ইয়াৰ ভিতৰত  ড০ সদানন্দ পায়েঙৰ অইঃনিতম I

গুৱাহাটী গ্ৰন্থ মেলা ২০২০-২১

 গ্ৰন্থ জ্ঞানৰ সমুদ্ৰ আৰু গ্ৰন্থৰ অধ্যয়ন জীৱনৰ ছন্দ প্ৰাপ্তিৰ এখন সংগ্ৰাম৷ জন্মৰে পৰা জীৱনৰ শেষৰ জিৰণি বেলালৈকে গ্ৰন্থৰ তত্বই আমাক আন্ধাৰৰ মাজত পোহৰৰ মাৰ্গ দৰ্শন কৰাই যায়৷ এখন প্ৰেৰণাত্মক আৰু গঠনমূলক জ্ঞান সমৃদ্ধ গ্ৰন্থ মানুহৰ জীৱনৰ শ্ৰেষ্ঠতম বন্ধু সম৷ জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ শ্ৰেষ্ঠতা খিনিৰ মাজত নিহিত থাকে এখন উৎকৃষ্ট গ্ৰন্থৰ অৱদান৷


আজি গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত আজি  উপস্থিত হওঁ  ॥



গ্ৰন্থ জ্ঞানৰ সমুদ্ৰ আৰু গ্ৰন্থৰ অধ্যয়ন জীৱনৰ ছন্দ প্ৰাপ্তিৰ এখন সংগ্ৰাম৷ জন্মৰে পৰা জীৱনৰ শেষৰ জিৰণি বেলালৈকে গ্ৰন্থৰ তত্বই আমাক আন্ধাৰৰ মাজত পোহৰৰ মাৰ্গ দৰ্শন কৰাই যায়৷ এখন প্ৰেৰণাত্মক আৰু গঠনমূলক জ্ঞান সমৃদ্ধ গ্ৰন্থ মানুহৰ জীৱনৰ শ্ৰেষ্ঠতম বন্ধু সম৷ জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ শ্ৰেষ্ঠতা খিনিৰ মাজত নিহিত থাকে এখন উৎকৃষ্ট গ্ৰন্থৰ অৱদান৷ আজি গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাত আজি উপস্থিত হওঁ ॥

Labels: