Happy Ali-A:ye Ligang
আলি আঃয়ে লৃগাঙৰ
আন্তৰিক শুভেচ্ছাৰে...
লিগাং ৰ উপলক্ষ্যে দুই প্ৰেমিক প্ৰেমিকাৰ মৰম ভাল পোৱাৰ গীত এটি ৰচনা কৰি আপোনালোকলৈ বুলি আগবঢ়ালো....
লিগাং
1 [লিগাংতে মাতিবানে আচিন আয়াং যাচিবানে
মৰমতে মাতিবানে ঐ ঐ কনেং.....
লিগাংতে আহিলে তুমি আচিন আয়াং যাচিমে মই
মৰমতে মাতিম তোমাক আতেৰৌই আয়িন বুলি ঐ..কৱেং]
[2] {কনেং তুমি অৱনৰিৰ পাৰৰে মই হলো সোৱণশিৰিৰ পাৰৰে
মৰমৰে এনাজৰীৰে বান্ধিম আমাৰ মৰম খিনি
তুমি আৰু মই আমি হ'বলে ।
কৱেং আমাৰ মৰমৰ এনাজৰীৰে তুমি আৰু মই সঁচাই বান্ধিব পাৰিম নে।
(কনেং ঐ ঐ ঐ অ' কনেং ঐ ঐ ঐ)}
মৰমতে বৈ থৈছানে আয়িন ঐ মিবুগালোক
লিগাং লিগাংতে দিবলে মোক ঐ.. কনেং
আতেৰৌই আয়িন তোমাক দিমে বুলি মিবুগালোক
বৈ থৈছো মই ঐ ঐ কৱেং....
[2]কনেং তুমি...
বড়া ধানৰ পোৰাং অপিন লগতে পেৰেত অয়িং
খোৱাবানে তুমি মোক ঐ ঐ কনেং
বড়া ধানৰ পোৰাং আপিন ৰান্ধিছো মই তোমালৈ
লগতে পেৰেত অয়িং অ' অ' কৱেং....
[2] কনেং তুমি...
Ali-Aye-Ligang is a spring festival associated with agriculture, specially with the beginning of the Ahu paddy cultivation. It is celebrated by the Mising or Mising an indigenous tribe of Assam, India. The festival marks onset of sowing seeds. The name of the festival is made up of three terms, 'Ali', legumes, 'Aye', seed and 'Ligang', to sow.



0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home