অসীমত যাৰ হেৰাল সীমা
".....হেৰৌ বাটৰুৱা ৰ'চোন খন্তেক,
এষাৰি কথা কৈয়ে যা......"
এৰি দিয়া নাওখন লাহে লাহে আঁতৰি গৈ আছে। কাঞ্চনমতী অথবা দিহিঙৰ বুকুত আজি বিষাদৰ সোঁত।
তেৰশ বছৰ...চন্দন-গৌৰীৰ অমৰ প্ৰেম,কমল-নগৰ এতিয়া মৃতপুৰী.....আৰু চম্পা!❤️
#অসীমত_যাৰ_হেৰাল_সীমা উপন্যাস পাঠ ⬇️⬇️⬇️⬇️
Coming soon...
Labels: Akhimot Jar Heral Hima..

