ৰাখিব জানিলে তোমাৰ,
এটি সপোন হৈ পৰিম মই।
দিব জানিলে তোমাৰ,
দুখবোৰ ভগাই লম মই।
কব জানিলে তুমি,
তোমাৰ আশাত পৰিণত হম মই।
বিৰাগ মনৰ আভাসত
জ্বলি যাবলৈ নিদিবা মোক।
হেৰুৱাই দিলে কেৱল
কাহিনীত মনত ৰম মই।
তোমাৰ জীৱনৰ পৰা,
কোনেও ধৰি ৰখাব নোৱাৰা ,
চকুপানী হৈ বৈ যাম মই।। 😔❤🖤
0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home