আধুনিকতাই মানুহৰ মানসিক শক্তি হ্ৰাস কৰিছে নেকি???
আধুনিকতাই মানুহৰ মানসিক শক্তি হ্ৰাস কৰিছে নেকি
🌿🌿🌿
ষ্টিফেন হকিং
যাক আমি সৌৰজগতৰ ৰজা বুলি কওঁ!
যাৰ সৃষ্টিৰ বাবেই Black hole and big bang ৰ দৰে জটিল ৰহস্যৰ সমাধান হৈছিল!
🌿🌿🌿
তেতিয়া হয়তো
বিজ্ঞানৰ আৰম্ভণি হবলৈ ধৰিছিল!
২১ বছৰ বয়সতে তেওঁক ডাক্তৰে কৈছিল যে
দুবছৰৰ ওপৰত তেওঁ জীয়াই থাকিব নোৱাৰে! অথছ তেওঁ ৭৫ বছৰ পৃথিৱীত জীয়াই থাকিলে আৰু ইতিহাসক বহুত কিছু দি গলগৈ!
🌿🌿🌿
তেতিয়া হয়তো চিকিৎসা
বিজ্ঞানো ইমান উন্নত নাছিল!
শৰীৰত ৭ টাকৈ ভয়ংকৰ ৰোগৰ সৈতে যুঁজ দি
তেওঁ যি কৰি থৈ গৈছে তাৰ মূলতেই আছিল ইচ্ছা শক্তি!
🌿🌿🌿
ইচ্ছা শক্তি এনেকুৱা
এক শক্তি যি ব্যক্তিক অসম্পূৰ্ণ
অৱস্থাটো সম্পূৰ্ণ কৰি তোলে! শৰীৰ সম্পূৰ্ণ অচল
তথাপিও ইতিহাসক বহুত কিছু দি গৈছে!
🌿🌿🌿
আমি আজি ইমান
সা সুবিধা আৰু লগতে বিজ্ঞানৰ
বহুতো সলনিৰ মাজত থাকিও মাত্ৰ ২০ বছৰ
বয়সত চিন্তা কৰোঁ জীৱনটো সমাপ্তি হৈ যাব নেকি কোনোবা মূহুৰ্ততে!
🌿🌿🌿
মানুহৰ মানসিক শক্তি
ইমান শক্তিশালী হব পাৰে তাৰেই
জলন্ত উদাহৰণ তেওঁ যে ইমান বোৰৰ মাজতো
তেওঁ ইতিহাসৰ এক প্ৰেৰণামুলক বক্তা আৰু অধ্যায়!
🌿🌿🌿
তেওঁ কৈছিল যে
মন মগজু আৰু শৰীৰৰ
যুদ্ধৰ মাজতেই জীৱশ্ৰেষ্ঠ!
মন আৰু মগজুইহে আমাৰ শৰীৰটো নিয়ন্ত্ৰণ অৰ্থাৎ জীয়াই ৰাখিব পাৰে! সেইবাবে মই সদায়
মন মগজুৰ বন্ধুত্বৰ মাজত নিজকে সোমাই ৰাখোঁ!


0 Comments:
Post a Comment
Subscribe to Post Comments [Atom]
<< Home