Saturday, July 9, 2022

যন্ত্ৰণাৰে আৱৰি থকা পৃথিৱীৰ যাত্ৰাত অলপ সাহস বিচাৰো

যন্ত্ৰণাৰে আৱৰি থকা পৃথিৱীৰ যাত্ৰাত অলপ সাহস বিচাৰো!! ভালপোৱাৰ সংজ্ঞা হেৰুৱা পৃথিৱীত অলপ মৰম বিচাৰো!! নিৰাশাত আবৃত জীৱনৰ যাত্ৰাত অলপ আশা বিচাৰো!! সোঁৱৰণিৰ ক'ৰবাত হেৰাই যোৱা জীৱনত হৃদয়ৰ স্পন্দন হোৱাটো বিচাৰো!! তোমাৰ পৰা জীৱনত ইমানেই বিচাৰো!!🖤🖤

0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home