Friday, March 4, 2022

09/02/2022ৰক্তদান 0.6

09/02/2022
ৰক্তদান 0.6

09/02/2022
ৰক্তদান 0.6

পৃথিৱীত বোধ হয় একেবাৰে ধৰ্মনিৰপেক্ষ ঠাই এডোখৰেই আছে -সেয়া হৈছে ব্লাড বেংক।
তাত কোনোৱে নোসোধে এয়া হিন্দুৰ তেজ নে মুছলমানৰ নে অন্য কোনো ধৰ্মৰ । মৃত্যুৰ ক্ষণ গণি থকা ৰোগীৰ আতুৰ আত্মীয়ৰ বাবে তেতিয়া আৰু বিচাৰ্য নহয় ৰক্ত দাতাজন নিৰামিষভোজী নে আমিষভোজী । মানুহৰ মানৱ সৃষ্ট ঠেক গণ্ডীবোৰ পৰিহাৰ কৰি সকলো ঠাই যদি কেৱল মানুহেই মানুহৰ বাবে হ'লহেতেন, তেন্তে পৃথিৱীখন কিমান সুন্দৰ হ'ল হয়।


Sabilal Khandal.
Village:- Tealam Nepali Bosti
Tealam.Pin:- 787061.P/s:- Jonai
ধেমাজিৰ ডিমৌ খণ্ড সহকাৰ্যবাহ সঞ্জীৱ উপাধ্যায় ৰ ভিনীদেউ হয়। হাৰ্ট অপাৰেশ্যন।



0 Comments:

Post a Comment

Subscribe to Post Comments [Atom]

<< Home